Download Now Banner

This browser does not support the video element.

বৰপেটা: জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এক অনুষ্ঠানত জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই প্ৰদান কৰে

Barpeta, Barpeta | Sep 5, 2025
শিক্ষক দিৱস উপলক্ষে অসমৰ ৰাজ্যপালৰ জ্যেষ্ঠ শিক্ষক সন্মান শুক্ৰবাৰে বৰপেটা জিলাৰ কেবাগৰাকী শিক্ষকক প্ৰদান কৰা হয়।‌ জিলা পৰ্যায়ত এই বটা প্ৰদান কৰা হয় জিলাখনৰ ৮৪ বছৰীয়া এগৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ৰতিকান্ত ৰায়ক। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এক অনুষ্ঠানত জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই ৰায়ক গামোচা, ফলমূলৰ টোপোলা আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জনায়।‌ একেদৰে বিধানসভা সমষ্টি ভিত্তিতো এই সন্মান প্ৰদান কৰা হয়।‌
Read More News
T & CPrivacy PolicyContact Us