Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: মধুপুৰলৈ যোৱা অৰ্ধ নিৰ্মিত এটা মূল পথৰ বাবে যমৰ যাতনাত ভুগিছে শ-শ জনতা, নিৰ্বিকাৰ লোকনিৰ্মাণ বিভাগ #jansamasya

Biswanath, Biswanath | Aug 22, 2025
বিশ্বনাথ চাৰিআলিৰ পৰা কলেজ ৰোড হৈ আৰু জিলা আয়ুক্ত কাৰ্যালয় তথা কোৰ্ট হৈ মধুপুৰ যোৱা যি পথ । সেই পথ অতিকৈ জৰাজীৰ্ণ অৱস্থাত দীৰ্ঘদিন ধৰি শ-শ লোকে যাতায়াত কৰি আহিছিল। পিচে লোক নিৰ্মাণ বিভাগে এই মুল পথটি বহলাই দিয়াৰ বাবে প্ৰায় ৭/৮ মাহ পুৰ্বে ঠিকাদাৰৰ জৰিয়তে দুয়ো কাষে জেচিবি লগাই গাত খান্দি বালি অথবা শিল ভৰাইছিল । তাৰ পিছৰে পৰা এই মূল পথটি অৰ্ধ নিৰ্মিত অৱস্থাত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়।এই ক্ষেত্ৰত ক্ষোভিত ৰাইজে অতীষ্ঠ হ পথটি শীঘ্ৰে মেৰামতি দাবী কৰে।
Read More News
T & CPrivacy PolicyContact Us