This browser does not support the video element.
নগাঁও: কচলুখোৱাৰ পৰা দুটা চোৰক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ মৰিকলং আৰক্ষীৰ
Nagaon, Nagaon | Aug 22, 2025
কচলুখোৱাৰ পৰা দুজন চুৰক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ মৰিকলং আৰক্ষীৰ নগাঁৱৰ কচলুখোৱাৰ পৰা আটক কৰি দুজন চুৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নগাঁও মালিকলং আৰক্ষীয়ে । উল্লেখ্য বৃহস্পতিবাৰে পানী গাওঁ কচলুখোৱাৰ পৰা মৰিকলং আৰক্ষীয়ে চলোৱা এক অভিযানত চুৰি সামগ্ৰী সহ আটক কৰিবলৈ সক্ষম হৈছিল দুই চুৰক । আটকাধীন চোৰদুজন আজাদ নগৰৰ ৰমজান আলি আৰু কচলুখোৱাৰ চাহিল আহমেদ । আটকাধীন চুৰদুজনক আজি সোধপোচৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মৰিকলং আৰক্ষীয়ে ।