Download Now Banner

This browser does not support the video element.

নগাঁও: ধিঙত চুৰি কাণ্ডৰ ঘটনা, ৰাইজে হাতে লুটে আটক কৰি উত্তম মাধ্যম দি চমজাই দিয়ে ধৃত চোৰক ধিং আৰক্ষীক

Nagaon, Nagaon | Oct 5, 2025
ধিঙত চুৰি কাণ্ডৰ ঘটনা, ৰাইজে হাতে লুটে আটক কৰি উত্তম মাধ্যম দি চমজাই দিয়ে ধৃত চোৰক ধিং আৰক্ষীক। দেওবাৰে নিশা প্রায় ন মান বজাত ধিং উন্নয়ণ খণ্ডৰ কাৰ্যালয়ত সমীপৰ এখন গিৰিলৰ দোকানত চুৰি কৰি থকা অৱস্থাতে হাটে লুটে ৰাইজে ধৰিলে এটা চোৰক। ধৃত চোৰটোৰ নাম ৰফিকুল ইছলাম,ৰাইজে ধিং আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলিত ধিং আৰক্ষী উপস্থিত হোৱাত ধৃত চোৰটোক আৰক্ষীক চমজাই দিয়ে ৰাইজে
Read More News
T & CPrivacy PolicyContact Us