Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: আশ্ৰাফুল হুছেইনৰ মন্তব্যৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিক্ৰিয়া আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ

Sibsagar, Sivasagar | Sep 6, 2025
আশ্ৰাফুল হুছেইনৰ মন্তব্যৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিক্ৰিয়া আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ । এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণ দিলে মুছলমান সকলৰ বিপদ হ'ব বুলি বক্তব্য প্ৰদান কৰিছিল । ইয়াৰ পাছতেই শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে সংবাদ মেল সম্বোধন কৰি ব্যক্ত কৰে প্ৰতিক্ৰিয়া লগতে বিধায়ক গৰাকীক অনাগত দিনত এনে মন্তব্যৰ পৰা বিৰত থকাৰ দাবী উত্থাপন কৰে ।
Read More News
T & CPrivacy PolicyContact Us