Download Now Banner

This browser does not support the video element.

মৰিগাঁও: কাণফলা মেলাআটিত নিৰুদৃষ্ট দ্বিতীয় গৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ, একেটা পুখুৰীতে উদ্ধাৰ হৈছিল প্ৰথম গৰাকীৰ মৃতদেহ

Marigaon, Morigaon | Sep 13, 2025
নিৰুদ্দেশ হৈছিল ১৪ বছৰীয়া শ্যমন্তিকা পাটৰ আৰু ১৬ বছৰীয়া জ্যোতিষ্ণা পাটৰ নামৰ কিশোৰী দুগৰাকী।পৰিয়ালে বহু বিচাৰ খুচাৰ কৰি জ্যোতিষ্ণা পাটৰ নামৰ কিশোৰী গৰাকীৰ মৃতদেহটো ঘৰৰে এটা পুখুৰীত উদ্ধাৰ কৰে।ইয়াৰ পিছতে ৰাইজে আৰক্ষীক খবৰ দিয়াৰ ঘটনাস্থলিত SDRF বাহিনীৰ সৈতে আৰক্ষী উপস্থিত হয় আৰু শ্যমন্তিকা পাটৰ নামৰ নিৰুদিষ্ট কিশোৰ গৰাকীক বিচাৰি পুখুৰীটোত অভিযান আৰম্ভ কৰে। নিশাৰ ভাগত কোনো সন্ধান লাভ নকৰে যদিও পুৱাই একেটা পুখুৰীতে উপঙি উঠে শ্যামন্তিকাৰ মৃতদেহ।
Read More News
T & CPrivacy PolicyContact Us