Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: জিলা মেলেৰিয়া ৰোগ নিয়ন্ত্ৰন আৰু মীন বিভাগৰ উদ্যোগত গৌৰীপুৰত মহ নিয়ন্ত্ৰণ কাৰী "গাপ্পি" মাছ এৰি দিয়া কাৰ্য্যসূচী

Dhubri Part, Dhubri | Aug 30, 2025
ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত কাৰ্তিক কলিতা, জিলা মীন বিষয়া ইব্ৰাহিম আলী খান, অতিৰিক্ত মূখ্য চিকিৎসা বিষয়া ডা: জ্যোতি কুমাৰ দাস, জিলা বাহক জনিত ৰোগ পৰামৰ্শদাতা ড: নাজিয়া খাতুন ৰ লগতে অন্যান্য স্বাস্থ্য কৰ্মীৰ উপস্থিতিত গৌৰীপুৰ চহৰৰ কেইবাটাও নালাত "গাপ্পি" মাছ এৰি দিয়া হয় ।
Read More News
T & CPrivacy PolicyContact Us