Download Now Banner

This browser does not support the video element.

নাজিৰা: গেলেকীত নিশা দুস্কৃতিকাৰীৰ তাণ্ডৱ,দুষ্কৃতিকাৰীয়ে ভাঙিলে গেলেকী নাট্যমন্দিৰৰ নিৰ্মীয়মান চাৰি সীমাৰ পকী দেৱাল

Nazira, Sivasagar | Aug 23, 2025
গেলেকী নাট্য মন্দিৰৰ নিৰ্মীয়মান চাৰি সীমাৰ পকী দেৱাল নিশা ভাঙিলে অচিনাকী দুস্কৃতিকাৰীয়ে। নাজিৰা সমষ্টিৰ বিধায়ক পূঁজিৰ প্ৰায় 2.5 লাখ টকাৰে নিৰ্মাণ কৰা হৈছে নাট্য মন্দিৰৰ চাৰিসীমাৰ পকী ৱালৰ কাম।নাট্যমন্দিৰ পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত শনিবাৰে গেলেকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us