This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈস্থিত আয়ুক্ত কাৰ্যালয়ত কৃষি বিভাগৰ সভা, উপস্থিত কৃষি বিভাগৰ সঞ্চালক
Mangaldoi Part, Darrang | Aug 21, 2025
দৰং জিলাৰ আয়ুক্ত কাৰ্যালয়ত বৃহস্পতি বাৰে দুপৰীয়া দুই মান বজাত কৃষি বিভাগৰ এখন সভা অনুস্থিত হয়। সভাত কৃষি বিভাগৰ বিভিন্ন আচনিৰ লগতে কৃষক সকলক কেনেকৈ কৃষিৰ আগুৱাই নিব পাৰি তাৰ ওপৰত আলোচনা হয়। সভাত উপস্থিত থাকে কৃষি বিভাগৰ সঞ্চালক উদয় প্ৰবিন, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি