This browser does not support the video element.
ধুবুৰী ভাগ: সাপটগ্ৰামত পুনৰ জব্দ নিষিদ্ধ গাঞ্জা,
সাপটগ্ৰাম আৰক্ষীৰ অভিযানত আঠিয়াবাৰীত গাঞ্জা সহ আটক এজন
Dhubri Part, Dhubri | Sep 12, 2025
আটক গাঞ্জা সৰবৰাহকাৰী ৰত্নেশ্বৰ নাথ | ৰত্নেশ্বৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৭ কি:৪৩২ গ্ৰাম গাঞ্জা সহ নগদ ২২ হাজাৰ ৩৮০ টকা | সম্প্ৰতি গাঞ্জা সৰবৰাহকাৰীটোক সাপটগ্ৰাম আৰক্ষী থানাত সোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে |। উল্লেখ যোগ্য যে - গাঞ্জা সৰবৰাহকাৰী যিমানেই নতুন কৌশল অৱলম্বন নকৰক কিয় গাঞ্জাৰ বিৰুদ্ধে অধিক তৎপৰ হৈ এটাৰ পিছত আন এটা গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাইছে