Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: অসমত অবৈধ বাংলাদেশীৰ সমস্যা সমাধানৰ দাবীত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Jorhat West, Jorhat | Sep 4, 2025
অসমত অবৈধ বাংলাদেশীৰ সমস্যা সমাধানৰ দাবীত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ছাত্ৰ সন্থাৰ প্ৰতিবাদ । ৰাজ্যৰ লগতে যোৰহাটতো সদৌ অসম ছাত্ৰ সন্থাই ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে । পুৱা ছয় বজাৰ পৰা ৰূপায়ন কৰা অনশন কাৰ্যসূচী বিয়লি পাঁচ বজাত সামৰণি পৰে। কেন্দ্ৰীয় চৰকাৰে জাৰী কৰা জাননীৰ পাছতে ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ ।
Read More News
T & CPrivacy PolicyContact Us