Download Now Banner

This browser does not support the video element.

বৰপেটা: মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উপলক্ষে থুল নহাটিৰ বাপু সকলৰ সাংস্কৃতিক শোভাযাত্ৰাৰে বৰপেটা সত্ৰত কৰভাৰ প্ৰদান

Barpeta, Barpeta | Oct 10, 2025
বৰপেটা সত্ৰৰ প্ৰথম বুঢ়া সত্ৰীয়া শ্ৰীশ্ৰী মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উপলক্ষে শুক্ৰবাৰে নহাটীৰ বাপুসকলে এক আকৰ্ষনীয় সাংস্কৃতিক শোভাযাত্ৰাৰে সত্ৰত কৰভাৰ প্ৰদান কৰে ৷ পুৰ্বৰ পৰম্পৰা অনুসৰি নহাটীৰ বাপুসকলে গায়ন বায়ন সহিতে নাম প্ৰসঙ্গ কৰি বৰপেটা সত্ৰত কৰভাৰ প্ৰাদন কৰে ৷ কৰভাৰত চাউল, তেল, ঔটেঙা, নিমখ, কোমোৰা আদি নহাটীৰ মথুৰা দাস বুঢ়া আতাৰ বাসগৃহৰ পৰা ভাৰবান্ধি আনি সত্ৰত প্ৰদান কৰে ৷কৰভাৰত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাস আৰু ডেকাসত্ৰীয়াই অংশ লয
Read More News
T & CPrivacy PolicyContact Us