This browser does not support the video element.
শিৱসাগৰ: জনজাতি কৰণৰ প্ৰসংগত সৰৱ হৈ শিৱসাগৰত আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদ মেল
Sibsagar, Sivasagar | Aug 2, 2025
জনজাতি কৰণৰ প্ৰসংগত সৰৱ হৈ শিৱসাগৰত আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদ মেল । অসমৰ ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ প্ৰসংগত প্ৰতিটো ৰাজনৈতিক দলে ৰাজনীতি কৰে । অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ নাই মাটি অধিকাৰ । এনেদৰে বহুকেইটা বিষয়ত সৰৱ হৈ শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদ মেল সম্বোধন ।