Install App
debabrat915
This browser does not support the video element.
দলগাঁও ভাগ: যদি হিন্দু-মুছলমানৰ কাজিয়া নাইকিয়া কৰিব লাগে,তেতিয়াহ'লে ৰাইজৰ দলৰ চৰকাৰ আহিব লাগিব দলগাওত এই মন্তব্য বিধায়ক অখিল গগৈৰ
Dalgaon Part, Darrang | Aug 6, 2025
খাৰুপেটীয়াত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ কেইবাটাও বিস্ফোৰক মন্তব্য। কংগ্ৰেছে মিত্ৰতা বিচৰা নাই! '২৬ ত মিত্ৰতাত থাকিলে সীমিত আসনত নিৰ্বাচন খেলিব ৰাইজৰ দলে, অন্যথা ১২৬ খন আসনতেও খেলিব পাৰে! কংগ্ৰেছে নিবিচাৰিলেও আমি মিত্ৰতা কৰিব খুজিছোঁ কাৰণ- বিজেপিয়ে দেশৰ গণতন্ত্ৰকে নাইকিয়া কৰিব খুজিছে। তাৰ উপৰিও উজনি অসমৰ পৰা মিঞা খেদা, বিদেশী, মূল্যবৃদ্ধি ইত্যাদি প্ৰসংগত মন্তব্য প্ৰকাশ কৰে বিধায়ক জনে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!