Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: ভোগদৈ দলঙৰ সমীপত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত সুধাকণ্ঠৰ জন্ম শত বাৰ্ষিকী পালন
Jorhat West, Jorhat | Sep 8, 2025
ভোগদৈ দলঙৰ সমীপত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত সুধাকণ্ঠৰ জন্ম শত বাৰ্ষিকী পালন । ড০ ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান। সহযোগিতা আগবঢ়াই কেইবাটাও অনুষ্ঠানে । বন্তি প্ৰজ্বলন , মাল্যপৰ্নেৰে আজিৰ দিনটোত শ্ৰদ্ধাৰ শিল্পী গৰাকীক স্মৰণ কৰে সকলোৱে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!