This browser does not support the video element.
চাবুৱা: ৰহমৰীয়া থানাৰ অ'চি বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল'জ, থানাৰ লকাপৰ পৰা পলাবলৈ সক্ষম হৈছিল এটা চুৰে
Chabua, Dibrugarh | Sep 16, 2025
চাবুৱাৰ ৰহমৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল'জ কৰে ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়াই। ইয়াৰ উপৰিও বিজয় দৈমাৰীৰ বদলিকৰণ প্ৰক্ৰিয়া সাময়িক ভাৱে স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিয়ে ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়াই। আজি মঙ্গলবাৰে দিনৰ ১ বজাত ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়াই এখন নিৰ্দেশনাৰ জাৰি কৰি অৱগত কৰে