Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: কোচৰাজবংশী ওপৰত আৰক্ষীৰ লাঠিচাৰ্জ ঘটনাক লৈ গোলকগঞ্জ সম জিলা কাৰ্যলয়ত জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ

Dhubri Part, Dhubri | Sep 12, 2025
ধুবুৰীৰ জেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক বদলিকৰনৰ লগতে লাঠি চাৰ্জত আহতক ক্ষতিপুৰনৰ দাবীত অবস্থান ধৰ্মঘাট পালন। যোৱা বুধবাৰে আক্ৰাছুৱে গোলকগঞ্জত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰন আৰু পৃথক কমতাপুৰৰ দাবীত জোট সমদল উলিয়ায়।
Read More News
T & CPrivacy PolicyContact Us