Download Now Banner

This browser does not support the video element.

মানকাচৰ: মনিৰচৰ গাঁও পঞ্চায়তৰ দাসপাৰাত নৱ নিৰ্বাচিত পঞ্চায়তৰ প্ৰাৰ্থী সকলৰ উপস্থিত প্ৰথমখন কামৰ শুভ উদ্বোধন কৰে

Mankachar, South Salmara-Mankachar | Sep 12, 2025
শুক্ৰবাৰে আবেলি আনুমানিক ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা মনিৰচৰ গাঁও পঞ্চায়তৰ দাস পাৰা গাঁৱত নৱ নিৰ্বাচিত পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ উপস্থিতিত গাওঁ পঞ্চায়তখনৰ প্ৰথমখন কামৰ শুভ উদ্বোধন কৰে। উক্ত উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল বিভাগীয় অভিযন্তা,নৱ নিৰ্বাচিত মনিৰচৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত কেইবাগৰাকী প্ৰাৰ্থী , গাঁও প্ৰধানকে আদি কৰি কেইবাগৰাকী বিশিষ্ট অতিথি।
Read More News
T & CPrivacy PolicyContact Us