This browser does not support the video element.
বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰোজগাৰ'ক সংবিধানৰ মৌলিক অধিকাৰত অন্তৰ্ভুক্তৰ দাবীত উত্তাল প্ৰতিবাদ
Balijana, Goalpara | Sep 8, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰোজগাৰ'ক সংবিধানৰ মৌলিক অধিকাৰত অন্তৰ্ভুক্তৰ দাবীত উত্তাল প্ৰতিবাদ ।এফালে সমগ্ৰ ৰাজ্যত অসমীয়াৰ হিয়াৰ আমঠু ড°ভূপেন হাজৰিকা দেৱৰ জন্ম দিৱস পালন আনফালে আজিৰ দিনটোতে গোৱালপাৰাত ৰোজগাৰ'ক সংবিধানৰ মৌলিক অধিকাৰত অন্তৰ্ভুক্তৰ দাবীত গোৱালপাৰা জিলা আয়ুক্ত কায্যলয়ৰ সন্মুখত ভোটাৰ পাৰ্টি ইন্টাৰনেছনেল গোৱালপাৰা জিলা সমিতিয়ে দুই ঘন্টিয়া অৱস্থান ধৰ্মঘট কৰে।অসমৰ জীৱন, জীৱিকা আৰু মানুহৰ মৌলিক অধিকাৰৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সমূহৰ সমাধানৰ দাবী জনায়