Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰী জিলা স্বাস্থ্য যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত জিলাখনত অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ উপলব্ধতাৰ ওপৰত জৰুৰী বৈঠক

Mankachar, South Salmara-Mankachar | Aug 27, 2025
বুধবাৰে দিনৰ ৪:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ অধ্যক্ষতাত সমগ্ৰ জিলাতে অত্যাৱশ্যকীয় ঔষধ তালিকাৰ ঔষধৰ উপলব্ধতাৰ ওপৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।উক্ত সভাত উপস্থিত থাকে DIO, জিলা চিকিৎসালয়ৰ অধীক্ষক SDM & HO বি পি এম ইউ ইউনিটৰ সকলো চিকিৎসক আৰু ফাৰ্মাচিষ্ট সকল।
Read More News
T & CPrivacy PolicyContact Us