This browser does not support the video element.
তিনিচুকীয়া: সদৰত চহৰখন পৰিষ্কাৰ কৰণৰ অৰ্থে ৰোড চেফটিং মেচিন সংলগ্ন বিশেষ বাহন মুকলি
Tinsukia, Tinsukia | Sep 10, 2025
তিনিচুকীয়া পৌৰসভাই চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যোৱাৰ বৃহৎ পদক্ষেপেৰে আজি শুভাৰম্ভ কৰে এখন ৰোড চেফটিং মেচিন সংলগ্ন বিশেষ বাহন । শুভাৰম্ভ কৰি বিয়লি প্ৰায় ৩ বজাত বাহন খনৰ জৰিয়তে চহৰখনৰ অলিয়ে গলিয়ে পৰিষ্কাৰ কৰাত সহায়ক হব বুলি সংবাদ মাধ্যমৰ জৰিয়তে পৌৰপতি পুলক চেতিয়াই অৱগত কৰে l