Download Now Banner

This browser does not support the video element.

নগাঁও: ৰাইডঙীয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি,মাংগলিক কাৰ্য্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত এহেজাৰ বন্তি প্ৰজ্বলন

Nagaon, Nagaon | Oct 5, 2025
নগাঁৱৰ ৰাইডঙীয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ।মাংগলিক কাৰ্য্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত এহেজাৰ বন্তি প্ৰজ্বলন কৰে অঞ্চলটোৰ আইমাতৃ সকলে ।বৃহত্বৰ ৰাইডঙীয়া অঞ্চলৰ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ৰাইজে প্ৰয়াত শিল্পী গৰাকীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অঞ্চলটোৰ জেষ্ঠ্যৰ পৰা কনিষ্ঠলৈ সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে শিল
Read More News
T & CPrivacy PolicyContact Us