Download Now Banner

This browser does not support the video element.

বাক্সা: মুছলপুৰত চাৰিটা সমষ্টিৰ বাবে ২৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

Baska, Baksa | Sep 2, 2025
বিটিচি নিৰ্বাচনৰ বাবে আজি বাক্সা জিলাৰ মুছলপুৰত ২৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।‌ কোকলাবাৰী সমষ্টিৰ বিপিএফৰ সৌংচাৰ বড়ো, কংগ্ৰেছৰ জগদীশ মদাহি, বিজেপিৰ ৰমেন মদাহী। দিহিৰা সমষ্টিৰ বিপিএফৰ আগষ্টুচ তিগ্গা,, বিজেপিৰ মানস প্ৰতীম কলিতা, জয় ভাৰত পাৰ্টীৰ এলেক্স চাণ্ডি টপ্পো, ৰাইজৰ দলৰ অশ্বিনী দাস, নিৰ্দলীয় দয়াল কলিতা। মুছলপুৰ সমষ্টিৰ বিপিএফৰ অংশুমৈ খুংগুৰ বড়ো, বিজেপিৰ ৰিদিপ কুমাৰ ডেকা, নিৰ্দলীয় ৰামচন্দ্ৰ দাস, বিদ্যুৎ বসুমতাৰী, মনোনয়ন দাখিল কৰে।
Read More News
T & CPrivacy PolicyContact Us