Install App
priyanka1162
This browser does not support the video element.
তিতাবৰ: বৰবাম চুঙীত উত্তপ্ত পৰিস্থিতি, ৰাইজৰ পৰা হাজাৰ হাজাৰ টকা ধন সংগ্ৰহ কৰা এটা প্ৰবঞ্চকক কৰায়ত্ত কৰে ৰাইজে
Titabor, Jorhat | Aug 27, 2025
বৰবাম চুঙীত উত্তপ্ত পৰিস্থিতি।ৰাইজৰ পৰা হাজাৰ হাজাৰ টকা ধন সংগ্ৰহ কৰা এটা প্ৰবঞ্ছকক কৰায়ত্ত কৰে ৰাইজে । পুৱতি নিশা তিতাবৰৰ বৰবাম চুঙীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। মাইক্ৰফাইনেঞ্চৰ ঋণ দিয়াৰ নামত ৰাইজৰ পৰা হাজাৰ হাজাৰ টকা ধন সংগ্ৰহ কৰা প্ৰবঞ্ছকটোক কৰায়ত্ত কৰি ৰাইজে গতালে আৰক্ষীক । দীৰ্ঘদিন ধৰি অঞ্চলৰ বহুলোকক বেংকৰ পৰা ঋণ উলিয়াই দিয়াৰ প্ৰলোভনেৰে লুটিলে টকা।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!