Install App
hellobjb
This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও শুকুতিপুতা ন-বৰদোৱাত শোকাৱহ ঘটনা, বিদ্যুৎপৃষ্ঠ হৈ এজনৰ মৃত্যুৰ পিছতে ৰাইজে আবদ্ধ কৰিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক
Marigaon, Morigaon | Sep 11, 2025
মৰিগাঁও শুকুতিপুতা ন-বৰদোৱাত শোকাৱহ ঘটনা, বিদ্যুৎ বিভাগৰ কাম কৰি থাকোতে বৈদ্যুতিক তাৰত লাগি এজনৰ মৃত্যু।মৃত যুৱক জন হৈছে শুকুতিপুতা গাঁৱৰে গোবিন্দ সৰকাৰ।বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বিভাগীয় কাম কৰি থকাৰ সময়ত বৈদ্যুতিক তাৰ তানিবৰ বাবে কামত লগাইছিল যুৱক জনক।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!