Install App
gajendeka123
This browser does not support the video element.
গোৰেশ্বৰ ভাগ: ট্ৰেড লাইচেন্স নোহোৱা আৰু কৰ আদায় নিদিয়া গোৰেশ্বৰৰ পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত গোৰেশ্বৰ পৌৰসভাৰ তলা
Goreswar Part, Baksa | Jul 30, 2025
তামুলপুৰ জিলাৰ গোৰেশ্বৰ পৌৰ সভাই গোৰেশ্বৰত এক অভিযান চলায়।বুধবাৰে দিনৰ ১২ মান বজাত পৌৰসভাৰ বিষয়ববীয়া আৰু গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইডৰ লগতে আৰক্ষী প্ৰশাসনৰ লোকৰ উপস্থিতিত ট্ৰেড লাইচেন্স নোহোৱা আৰু দিৰ্ঘদিনৰ পৰা পৌৰ কৰ ফাকি দিয়া পাঁচখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানত তলা লগাই দিয়ে পৌৰ সভাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!