Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মাকুম ৰেলৱে জংচনৰ পৰিত্যক্ত অৱস্থাত থকা ৰেলৱে আবাসত  অচিনাক্ত মৃত দেহ উদ্ধাৰ

Tinsukia, Tinsukia | Jun 7, 2025
শনিবাৰে দিনৰ ভাগত মাকুম ৰেলৱে জংচনৰ পৰিত্যক্ত অৱস্থাত থকা ৰেলৱে আবাসত অচিনাক্ত মৃত দেহ উদ্ধাৰ কৰা হয় । উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটো এজন যুৱকৰ আনুমানিক বয়স ৩৫ বছৰ। যুৱক জনৰ মৃত্যুৰ কাৰণ  জানিব পৰা হোৱা নাই ।  পৰৱৰ্তী পৰ্যায়ত বিয়লি প্ৰায় ৪ বজাত ঘটনা স্থলীত ৰেলৱে আৰক্ষী আৰু মাকুম থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনা স্থলী নিৰীক্ষণ কৰি তিনিচুকীয়া কাৰ্যবাহী দণ্ডাধীশ ৰুণজুন বৰাৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় ।
Read More News
T & CPrivacy PolicyContact Us