Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: বৰদলৈ নগৰত মিলিজুলি গণেশ পূজা সমিতিৰ ২৯ সংখ্যক গণেশ পূজাত উপস্থিত বিধায়ক সঞ্জয় কিষাণ

Tinsukia, Tinsukia | Aug 27, 2025
বুধবাৰে দুপৰীয়া প্রায় ২ মান বজাত বাণিজ্য নগৰী তিনিচুকীয়াৰ বৰদলৈ নগৰত মিলিজুলি গণেশ পূজা সমিতিৰ উদ্যোগত আয়োজন কৰা শ্ৰী শ্ৰী গণেশ চতুৰ্থী পূজাত উপস্থিত হৈ পূজা মণ্ডপ দর্শন কৰি গণেশ বাবাক সেৱা জনাই আশীৰ্বাদ লয় । পূজা মণ্ডপ দর্শন কৰি সকলোটিলৈ গণেশ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে । এই সময়ছোৱাত বিধায়ক সঞ্জয় কিষানৰ লগত উপস্থিত থাকে বৰগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য দীপালী দীপ, পূজা সমিতিৰ বিষয়াসকল ।
Read More News
T & CPrivacy PolicyContact Us