Install App
pranjal_puzari
This browser does not support the video element.
শিৱসাগৰ: নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আবেদনৰ ম্যাদ বৃদ্ধি কৰাৰ বিৰোধিতাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ শিৱসাগৰত
Sibsagar, Sivasagar | Sep 4, 2025
নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আৱেদনৰ ম্যাদ বিৰোধিতাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ শিৱসাগৰত । কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয় যুৱ বাহিনীৰ সহযোগত নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত ৰূপায়িত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!