This browser does not support the video element.
বাক্সা: মুছলপুৰত ইউপিপিএল সাংগঠনিক সভা অনুষ্ঠিত, উপস্থিত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো
Baska, Baksa | Sep 3, 2025
বাক্সা জিলাৰ মুছলপুৰত আজি আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ইউপিপিএল দলে পাঁচটা সমষ্টি সামৰি অনুষ্ঠিত কৰা এখন সাংগঠনিক বৈঠকত অংশ লৈ কেবাটাও মন্তব্য কৰে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে ।দলে একক সংখ্যাগৰিষ্ঠতাৰে গঠন কৰিব ইউপিপিএল চৰকাৰ। আনহাতে বিপিএফৰ কোনো সমীক্ষা নাই বুলি মন্তব্য কৰে।