This browser does not support the video element.
ধুবুৰী ভাগ: দুৰাহাটীত মহিলা কংগ্ৰেছৰ সাংগঠনিক সভা
Dhubri Part, Dhubri | Sep 26, 2025
ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৰাহাটী গাওঁ পঞ্চায়ত, মহিলা মণ্ডল কংগ্ৰেছৰ এখন সভা বহে। উক্ত সভাত উপস্থিত থাকে ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ মাননীয়া সভানেত্রী নুৰজাহান বেগম বাইদেউ আৰু ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ উপ-সভানেত্রী মনোয়াৰা খাতুন ডাঙৰীয়ানী লগতে ধৰ্মশালা মহিলা ব্লক কংগ্ৰেছৰ সভানেত্রী ৰেশমিনা পাৰবীন আৰু লগতে মহিলা কংগ্ৰেছৰ ব্লক/মণ্ডলৰ পৰ্যায়ৰ