Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত লোৱাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

Tinsukia, Tinsukia | Sep 4, 2025
বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত লোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি হিন্দু-মুচলমান সকলো বিদেশীকে বিতাড়িত কৰিবলৈ দাবী জনাই সংগঠনটোৱে। ডেৰ শতাধিক প্ৰতিবাদ কাৰীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদত
Read More News
T & CPrivacy PolicyContact Us