Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ মিলাদ-উন-নবী পালন

Tinsukia, Tinsukia | Sep 5, 2025
বিশ্বৰ ভিন্ন প্ৰান্তৰ দৰে শুকুৰবাৰে তিনিচুকীয়াটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহমালহেৰে পালন কৰে পবিত্ৰ ঈদ মিলাদ-উন-নবী। পয়গম্বৰৰ মানৱতাৰ বাৰ্তা প্ৰতিটো ঘৰলৈ লৈ যোৱাৰ উদ্দেশ্যে তিনিচুকীয়াৰ হিজুগুৰি আৰু লাল বাংলা পৰা উলিওৱা ঈদ মিলাদ-উন-নবী শোভাযাত্ৰাত ইছলামধৰ্মী লগতে অন্যান্য ধৰ্মাৱলম্বী লোকেও অংশগ্ৰহণ কৰে। বিয়লি প্রায় ৩ বজাত শান্তি শৃংখলাৰ মাজেৰে বাহিৰ কৰা উক্ত শোভাযাত্ৰাত তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ প্ৰায় সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।
Read More News
T & CPrivacy PolicyContact Us