Download Now Banner

This browser does not support the video element.

হোজাই: চহৰত শ্ৰম বিভাগৰ অভিযান, অভিযানত ৮জনকৈ শিশু শ্ৰমিকক উদ্ধাৰ

Hojai, Hojai | Sep 6, 2025
হোজাইত শ্ৰম বিভাগৰ অভিযান।শনিবাৰে দিনৰ ২.৩০বজাত হোজাই চহৰৰ বিভিন্ন প্ৰান্তত শ্ৰম বিভাগে অভিযান চলাই ৮জনকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰে।এক গোপন সূত্ৰৰ ভিত্তিত আজি শ্রম বিভাগে হোজাইত চলাইছিল অভিযান।উদ্ধাৰ হোৱা শিশু শ্ৰমিক সকলক শ্ৰম বিভাগে বৰ্তমান CWCত ৰখাৰ ব্যৱস্থা কৰে।ইফালে শিশুক শ্ৰমিক হিচাপে কাম কৰোৱা ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা অৱগত কৰে।ঘটনা সন্ধৰ্ভত শ্ৰম বিভাগে অব্যাহত ৰাখিছে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us