Download Now Banner

This browser does not support the video element.

নগাঁও: বঢ়মপুৰত কংগ্ৰেছৰ সাংগঠনিক সভা

Nagaon, Nagaon | Sep 9, 2025
বঢ়মপুৰত কংগ্ৰেছৰ সাংগঠনিক সভা।আগুন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে বঢ়মপুৰ ব্লক কংগ্ৰেছ।বঢ়মপুৰ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবৰ বাবে মহিলা ব্লক কংগ্ৰেছৰ সমিতি গঠন।পুৰণি কিছুমান বিষয়বাবৰ দায়িত্ব এতিয়া নতুন নতুন মুখক প্ৰদান কৰিছে ব্লক কংগ্ৰেছে।লক্ষ্য এটাই যে ২৬ ৰ নিৰ্বাচনত বঢ়মপুৰত কংগ্ৰেছক জয়ী কৰাৰ।অনাগত দিনত হাজাৰৰো অধিক অ গ প আৰু বি জে পিৰ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰাৰ কথা উল্লেখ কৰিছে
Read More News
T & CPrivacy PolicyContact Us