Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত বিপিএফৰ ৰেলী অনুষ্ঠিত, উপস্থিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী

India | Aug 12, 2025
আজি চিৰাং জিলাৰ কাজলগাঁৱত বিপিএফ দ'লৰ বিশাল ৰেলী,তিনিটা পৰিষদীয় সমষ্টি সামৰি বিপিএফৰ এই ৰেলী,আজিৰ এই ৰেলীত কেইবা হেজাৰ দলীয় কাৰ্য কৰ্তা আৰু সমৰ্থকে অংশগ্ৰহণ কৰে ,আজিৰ এই ৰেলীত বিটিআৰৰ প্ৰাক্তন চিফ তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী,নিসিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী,কাজলগাঁও সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্ম সহ বিপিএফ দলত বিভিন্ন বিষয় ববিয়া সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us