Download Now Banner

This browser does not support the video element.

হোজাই: ভালুকমাৰিৰ অসীম দাস নামৰ এজন লোকে বিষ পান কৰি আত্মহত্যা কৰে, আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ

Hojai, Hojai | Sep 2, 2025
মঙ্গলবাৰে মাজ নিশা প্ৰায় ১২বজাত আৰক্ষীয়ে উদ্ধাৰ এজন লোকৰ মৃতদেহ।মৃত লোকজনৰ নাম ভালুকমাৰিৰ অসীম দাস।লোকজনে ঘৰত কোনো লোক নথকাৰ সুযোগলৈ বিষ পান কৰি শুই আছিল।পৰৱৰ্তী সময়ত পৰিয়ালৰ লোক ঘৰত উপস্থিত হোৱাত লোকজনক মাতবুল দিয়াত সকলো ৰহস্য পোহৰলৈ আহে।ইফালে লোকজনক পৰিয়ালৰ লোকে ততাতৈয়াকৈ হোজাইৰ এখন চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।ঘটনা সন্ধৰ্ভত নিশাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ চলাইছে জোৰজাহ।
Read More News
T & CPrivacy PolicyContact Us