Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱত আৰক্ষীৰ অভিযানত ২৩ টা চোৰাং কুকুৰ সহ দুই সৰবৰাহকাৰীক আটক

Dergaon, Golaghat | Aug 23, 2025
শনিবাৰে পুৱা প্ৰায় ৫ বজাত দুই সৰবৰাহকাৰী সহ দেৰগাঁৱ আৰক্ষীয়ে জব্দ কৰে ২৩ টা চোৰাং কুকুৰ ভৰ্তি এখন বাহন l গোপন সূত্ৰৰ পম খেদি দেৰগাঁৱ আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে কুকুৰ খিনি l জব্দ কৰা কুকুৰ খিনি সন্দৰ্ভত কোনে এই দৰে চোৰাং কুকুৰৰ বেহা চলাইছে,সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Read More News
T & CPrivacy PolicyContact Us