This browser does not support the video element.
নগাঁও: সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নগাঁৱৰ ৰাইডঙীয়ত জেষ্ঠ্য,কনিষ্ঠ সকলোৱে স্মৰণ কৰে শিল্পী গৰাকীক
Nagaon, Nagaon | Sep 8, 2025
সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে উদুলি মুদুলি পৰিবেশ নগাঁৱৰ ৰাইডঙীয়া। সোমবাৰে দিনৰ প্ৰায় ১২ মান বজাত প্ৰয়াত শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে অঞ্চলৰ জ্যেষ্ঠ,কনিষ্ঠ সকলোৱে স্মৰণ কৰে শিল্পী গৰাকীক। জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাইদঙীয়া সংগীত কাননৰ উদ্যোগত বছৰ যোৰা কাৰ্য্যসূচীৰে ভূপেন্দ্ৰ বৰ্ষ উদযাপনৰ আজি শুভাৰম্ভ হয়। শিল্পী গৰাকীৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজলন আৰু মাল্যৰ্পন কৰাৰ লগতে পতাকা উত্তোলন কৰি জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ কৰে।উল্লেখ্য যে গোট