This browser does not support the video element.
মানকাচৰ: জামাদাৰহাট গাঁও পঞ্চায়তৰ কাৰ্যালয়ত নৱগঠিত পঞ্চায়ত কমিটি আৰু ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত
Mankachar, South Salmara-Mankachar | Jun 30, 2025
সোমবাৰে জামাদাৰহাট গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা নৱ গঠিত পঞ্চায়ত কমিটি আৰু ৰাইজৰ মাজত হোৱা আলোচনা সভা আবেলি ৪ বজাত সামৰণি পৰে জামাদাৰহাট গাঁও পঞ্চায়তৰ কাৰ্যালয়ত গাঁও পঞ্চায়ত খনৰ নৱ নিৰ্বাচিত পঞ্চায়ত সভাপতি,উপ-সভানেত্ৰী,পঞ্চায়ত সচিব,সদস্য সদস্যা আৰু গাঁও পঞ্চায়তৰ বিভিন্ন ইউনিটৰ পৰা অহা জেষ্ঠ মুৰব্বী,মুখিয়াল ব্যক্তি,সচেতন ৰাইজ আৰু ৰাইজৰ মাজত এখন আলোচনা সভা অনুষ্ঠিত হয়।