Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: নগৰৰ মাজমজিয়াত কেন্দ্ৰীয় বজাৰৰ পৰা দিন-দুপৰতে চিলনী চোৰে নিলে মিঠাতেলৰ কাৰ্টন

Sibsagar, Sivasagar | Sep 1, 2025
শিৱসাগৰ নগৰৰ মাজমজিয়াৰ কেন্দ্ৰীয় বজাৰৰ পৰা দিন দুপৰতে চিলনী চোৰে নিলে মিঠাতেলৰ কাৰ্টোন । এখন ঠেলাৰ পৰা সামগ্ৰী নমাই থাকোঁতেই মটৰ চাইকেলত আহি দুই যুৱকে মিঠাতেলৰ কাৰ্টোন লৈ উধাও হয়। কেন্দ্ৰীয় বজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে ঠেলাত অনা হৈছিল সামগ্ৰী খিনি ।
Read More News
T & CPrivacy PolicyContact Us