This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেশ ভক্তি দিৱস উদযাপন, উপস্থিত জিলা আয়ুক্ত যতীন বৰা
India | Jul 28, 2025
দেশ ভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথিৰ এই দিনটোক সমগ্ৰ অসমতে দেশ ভক্তি দিৱশ হিচাবে উদযাপন কৰে,চিৰাং জিলা সদৰ কাজলগাঁৱত দেশ ভক্তি দিৱশ উপলক্ষে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ,ছাত্ৰ- ছাত্ৰী,জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত দেশ ভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে জিলা আয়ুক্ত যতীন বৰা,অতিৰিক্ত আয়ুক্ত অৰূপ চৌধুৰী, মুখ্য অতিথি হিচাবে উপস্থিত থাকে উপেন্দ্ৰ নাথ ব্ৰহ্ম কলেজৰ অধ্যক্ষ নীলপদ্মিনী ৰাভা।