Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত জিলা বিজেপিৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ অশালীন মন্তব্য কৰা কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

Mankachar, South Salmara-Mankachar | Sep 1, 2025
সোমবাৰে দিনৰ ২:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহাৰ নেতৃত্বত জিলা বিজেপি আৰু মণ্ডল বিজেপিৰ কৰ্মকৰ্তা সকলে আজি হাটশিঙিমাৰীত কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। কংগ্ৰেছ দল তথা INDI Alliance ৰ নেতৃত্ব‌ই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেখেতৰ মাতৃক লৈ কৰা অশালীন মন্তব্যৰ বিৰোধীতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
Read More News
T & CPrivacy PolicyContact Us