Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মৰিগাঁও চহৰৰ কৃষ্ণ মন্দিৰৰ সমীপত এখনি ব্যক্তিগত চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰিয়ে

Marigaon, Morigaon | Aug 13, 2025
আজি মৰিগাঁও জিলাৰ মাজ মজিয়াত অৱস্থিত কৃষ্ণ মন্দিৰৰ সমীপতে ECG হস্পিতালৰ শুভ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত জিলা আয়ুক্ত অনুসুয়া শৰ্মা আৰু নীতিশা বৰা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ কুমাৰ নাথ সহ জিলাখনৰ বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us