Download Now Banner

This browser does not support the video element.

নগাঁও: ৰহাৰ ৰহা-বাৰপূজীয়া পথৰ হাতীবন্ধা দলঙৰ সমীপত মৃতদেহ উদ্ধাৰ

Nagaon, Nagaon | Aug 31, 2025
পথৰ কাষৰ পিতনিৰ মাজত উদ্ধাৰ মৃতদেহটো৷ মৃতদেহটো ৰহাৰ দক্ষিন বাৰপূজীয়াৰ প্ৰেমেশ্বৰ নাথ (৭৩) বুলি চিনাক্ত৷ পাৰত উদ্ধাৰ লোকজনৰ চেণ্ডেল৷ জানিব পৰা মতে লোকজনে নিতৌ অহাৰ দৰে শনিবাৰেও প্ৰাত:ভ্ৰমনলৈ ওলাই আহিছিল৷ কিন্তু দুপৰীয়ালৈকে লোকজন ঘৰলৈ ঘূৰি নহাত পত্নী আৰু পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাৰ অন্তত বাৰপূজীয়াৰ হাতীবন্ধা দলঙৰ সমীপত পথৰ কাষৰ পথাৰৰ পিতনিৰ মাজত উদ্ধাৰ হয় মৃতদেহটো৷ পিচত ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে NMCH লৈ প্ৰেৰণ
Read More News
T & CPrivacy PolicyContact Us