Download Now Banner

This browser does not support the video element.

আজাৰা: বৰঝাৰস্থিত বিমানবন্দৰত ৰঙালী বিহুক লৈ বিশেষ ব্যৱস্থা,বিমানবন্দৰত বিহুৰ মুকলি মূখ্য বিমানকোঠ বিষয়াৰ

Azara, Kamrup Metropolitan | Apr 12, 2024
উত্তৰ পূৰ্বাঞ্চলৰ আকাশী পথৰ একমাত্ৰ মাধ্যম লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত দহ দিনীয়াকৈ আজিৰে পৰা আৰম্ভ কৰিছে ৰঙালী বিহু উদযাপনৰ বিশেষ আয়োজন । বিমানবন্দৰৰ ভিতৰত বিশেষ ভাবে সজাই পৰাই তোলা হৈছে । বিমানবন্দৰৰ ভিতৰত শিপিনীয়ে তাত বৈ থকাৰ দৃশ্য দেখিবলৈ পাব যাত্ৰী সকলে । লগতে বিমানবন্দৰৰ ভিতৰে বাহিৰে আজিৰে পৰা আগন্তুক দহ দিন ধৰি যাত্ৰী সকলকমনোৰঞ্জন তথা অসমীয়া সংস্কৃতিৰ বিষয়ে আভাস দিবলৈ বিহু হুঁচৰি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে আদানী গ্ৰুপে ।
Read More News
T & CPrivacy PolicyContact Us