Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত চিৰাং জিলাৰ অন্তৰ্গত ৭ টাকৈ পৰিষদীয় সমষ্টিৰ চুৰান্ত ভোটাৰ তালিকা প্ৰকাশ ,উপস্থিত জিলা আয়ুক্ত যতীন বৰা

India | Aug 13, 2025
বিটিচি পৰিষদীয় নিৰ্বাচনৰ চিৰাঙত চুৰান্ত ভোটাৰ তালিকা প্ৰকাশ,আজি কাজলগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত চিৰাং জিলাৰ অন্তৰ্গত ৭ টাকৈ পৰিষদীয় সমষ্টিৰ চুৰান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়,কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ উপস্থিতিত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই আনুষ্ঠানিক ভাবে ১৩ নং চিৰাং,১৪ নং চিৰাং দুৱাৰ, ১৫ নং কাজলগাঁও, ১৬ নং নিসিমা, ১৭ নং ছুবাইঝাৰ, ১৮ নং মানাস ছেংফাং আৰু থুৰিবাৰী পৰিষদীয় সমষ্টিৰ ফটো সম্বলিত ভোটাৰ তালিকা প্ৰকাশ কৰ।
Read More News
T & CPrivacy PolicyContact Us