Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: তামাৰহাটত থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ, হত্যাৰ অভিযোগ উঠা আৰক্ষী বিষয় কঁপিল বৰাৰ গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ
Dhubri Part, Dhubri | Oct 9, 2025
আক্ৰাছু, কোচ ৰাজবংশী সন্মিলনী আৰু দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ উদ্যোগত এই প্ৰতিবাদী । নাটকীয় ভাবে আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ কৰাৰ অভিযোগ । ৰাইজক আভুৱা ভৰাই তদন্ত কৰাৰ অভিযোগ । মৃত মনোহৰী ৰায়ক ন্যায় প্ৰদানৰ দাবীত এই প্ৰতিবাদ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!