This browser does not support the video element.
মাজুলী: অফলামুখত গঁড়ৰ মুক্ত বিচৰণ, বন বিভাগৰ লোক উপস্থিত
Majuli, Majuli | Apr 12, 2024
মাজুলী অফলামুখ ঘাটৰ সমীপত গঁড় ৰ মুক্ত বিচৰণ। পুৱা ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে গঁড়ৰতো মাজুলীত ৬টা গড়ে চৰ -চাপৰি সমূহত বিচনৰণ কৰি আছে । ঘটনা স্থলীত উপস্থিত বন বিভাগৰ লোক।কাজিৰঙাৰ পৰা ওলাই অহা গঁড় কেইটা খেদি পঠিওৱাত ব্যৰ্থ মাজুলী বন বিভাগ।বৰ্তমান উক্ত স্থানত পহৰা ব্যৱস্থা কৰিছে বন বিভাগে।