Install App
abdussubhan71
This browser does not support the video element.
বালিজানা: সদৌ অসম গাৰো স্বেচ্ছাসেৱী সংস্থা সমূহৰ উদ্যোগত চামাগুৰী গাঁৱৰ গীৰ্জা ঘৰত জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয়
Balijana, Goalpara | Sep 25, 2025
সদৌ অসম গাৰো স্বেচ্ছাসেৱী সংস্থা সমূহৰ উদ্যোগত চামাগুৰী গাঁৱৰ গীৰ্জা ঘৰত হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনাৰে বাইবেল পাঠ আৰু শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত হয় । কাৰ্যসূচীত সদৌ অসম গাৰো স্বেচ্ছাসেৱী সংস্থা সমূহৰ উপদেষ্টা সমাজসেৱী তথা গাৰো জনগোষ্ঠীৰ কণ্ঠ শিল্পী ৰিয়া চাংমা উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে । জুবিন গাৰ্গৰ লগত গাৰো গীত গোৱা ৰিয়া চাংমা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি কান্দোনত ভাগি পৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!